DVERDS NGO Recruitment 2020 : Result Declared

ডিক্ৰং ভেলী এনভাইৰমেণ্ট এণ্ড ৰুৰেল ডেভেলপমেণ্ট চছাইটিৰ অধীনত আৰু ভাৰত চৰকাৰৰ বিভিন্ন মন্ত্ৰণালয়ৰ সহযোগত চলি থকা বিভিন্ন আঁচনি সমূহত খালী হোৱা অস্থায়ী পদ সমূহত নিযুক্তি দিবৰ বাবে যোৱা 23 জুন তাৰিখে অনুষ্ঠিত হোৱা সাক্ষাতকাৰৰ ফলাফল সমূহ তলৰ লিংকত ঘোষণা কৰা হৈছে। তলৰ লিংকত ক্লিক কৰি ৰিজাল্ট সমূহ চাব পাৰিব। 

Click Here

Leave a Reply

Your email address will not be published. Required fields are marked *