DVERDS NGO Recruitment 2020 : Extension of Last Date up to 15th June, 2020.

ডিক্ৰং ভেলী এনভাইৰমেণ্ট এণ্ড ৰুৰেল ডেভেলপমেণ্ট চছাইটিৰ অধীনত আৰু ভাৰত চৰকাৰৰ বিভিন্ন মন্ত্ৰণালয়ৰ সহযোগত চলি থকা বিভিন্ন আঁচনি সমূহত খালী হোৱা অস্থায়ী পদ সমূহত নিযুক্তি দিবৰ বাবে সমূহ আগ্ৰহী আৰু উপযুক্ত প্ৰাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে। আবেদনকাৰী সকলে আবেদনৰ লগত আঁচনিৰ নাম আৰু আবেদন জনাব বিচৰা পদৰ নাম স্পষ্টকৈ উল্লেখ কৰাটো বাধ্যতামূলক। অন্য়থা আবেদন গ্ৰহণ কৰা নহব। (যিসকল প্ৰাৰ্থীয়ে ইতিমধ্যে আবেদন প্ৰেৰণ কৰিলে তেওঁলোকে তলত লিংকত দিয়া Standard Application Format ত আঁচনিৰ নামৰ সৈতে আবেদন জনোৱা পদৰ নাম উল্লেখ কৰি পুনৰ বাৰ আবেদন প্ৰেৰণ কৰিবলৈ অনুৰোধ কৰা হল)

আঁচনি অনুযায়ী খালী হোৱা পদ সমূহৰ বিৱৰণ এনেধৰণৰ-

ক) আঁচনিৰ নামঃ- পৰিয়াল পৰামৰ্শ দান কেন্দ্ৰ (FCC) ঠিকনা- বৰপথাৰ, ডাক- গোঁসাইবাৰী, জিলা- লখিমপুৰ।

পদৰ নাম- পৰামৰ্শ দাতা ( পুৰুষ) – এটা পদ।

শিক্ষাগত অৰ্হতা- Master Degree in Sociology/ Psychology/ MSW

পাৰিতোষিক- @Rs. 10,000.00 (Ten Thousand) p.m.

খ) আঁচনিৰ নামঃ- বয়োজ্যেষ্ঠ নাগৰিকৰ গৃহ (Senior Citizen Home) ঠিকনা- বৰপথাৰ, ডাক- গোঁসাইবাৰী, জিলা- লখিমপুৰ।

ক্ৰমিক নং পদৰ নাম শিক্ষাগত অৰ্হতা পদৰ সংখ্যা পাৰিতোষিক
অধীক্ষক (Superintendent) স্নাতক (Graduate) হব লাগিব লগতে কম্পিউটাৰৰ জ্ঞান থকাটো বাঞ্চনীয়। ১ টা 11,250.00
সমাজকৰ্মী/পৰামৰ্শদাতা (মহিলা) স্নাতক (Graduate) হব লাগিব। ১ টা  7,200.00
যোগ চিকিত্সক (মহিলা) Part Time স্বীকৃতি প্ৰাপ্ত শিক্ষানুস্থানৰ পৰা যোগ বিষয়ত ডিপ্লমা থাকিব লাগিব ১ টা 4,500.00
Nurse- Part Time স্বীকৃতি প্ৰাপ্ত শিক্ষানুস্থানৰ পৰা ANM হিচাপে যোগ্যতাপ্ৰাপ্ত হব লাগিব। ১ টা 5,850.00
Multi Tasking Staff আবেদনকাৰীসকল অতি কমেও অষ্টম শ্ৰেণী উত্তীৰ্ণ হব লাগিব। ৩ টা 7,200.00
চকিদাৰ/পিয়ন আবেদনকাৰীসকল অতি কমেও অষ্টম শ্ৰেণী উত্তীৰ্ণ হব লাগিব। ১ টা 5,000.00
ৰান্ধনী আবেদনকাৰীসকল অতি কমেও অষ্টম শ্ৰেণী উত্তীৰ্ণ হব লাগিব লগতে খাদ্য তৈয়াৰ কৰাৰ অভিজ্ঞতা থাকিব লাগিব। ২টা (১ টা পুৰুষ, ১ টা মহিলা) 7,200.00

গ) আঁচনিৰ নামঃ- DDRC, ঠিকনা- লখিমপুৰ টাউন, উত্তৰ লখিমপুৰ।

ক্ৰমিক নং পদৰ নাম শিক্ষাগত অৰ্হতা পদৰ সংখ্যা পাৰিতোষিক
Multipurpose Rehabilitation Worker স্নাতক (Graduate) হব লাগিব লগতে CBR/MRW course ত ডিপ্লমা থকা সকলক অগ্ৰাধিকাৰ দিয়া হব। ১ টা 14,500.00
Mobility Instructor স্নাতক (Graduate) হব লাগিব + Certificate/Diploma in Mobility ১ টা 14,500.00
Accountant cum Clerk cum Storekeeper B.Com/SAS with 2 years experience ১ টা 14,500.00
Attendant cum Peon cum Messenger আবেদনকাৰীসকল অতি কমেও অষ্টম শ্ৰেণী উত্তীৰ্ণ হব লাগিব। ১ টা 9,500.00
Field & Publicity Assistant আবেদনকাৰীসকল অতি কমেও স্নাতক (Graduate) হব লাগিব। ১ টা 14,500.00
Vocational Counselor cum Computer Assistant স্নাতক (Graduate) হব লাগিব লগতে কম্পিউটাৰৰ জ্ঞান থকাটো বাঞ্চনীয়। ১ টা 14,500.00

আবেদনৰ প্ৰক্ৰিয়া- আবেদনকাৰীসকলে আবেদনসমূহ তলৰ লিংকত দিয়া Standard Application Format ত Filled up কৰি সকলো documents ৰ সৈতে PDF Format ত তলত উল্লেখ কৰা ই-মেইলৰ যোগেদি 15-06-2020 ৰ আগত পঠাব লাগিব।

Email ID: dikrongvalley11@gmail.com

যোগাযোগ কৰিব পাৰিব- 7002137704 / 7002137742

Advertisement Details: Click Here

Standard Application Format: Click Here

Leave a Reply

Your email address will not be published. Required fields are marked *